Προωθημένο
ৰৌতাৰ বিকাশ জ্যোতি চহৰীয়াৰ বিজ্ঞান শাখাত সমগ্ৰ ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ
সমগ্ৰ ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰি ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে বিকাশ জ্যোতি চহৰীয়াই।উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ ওদালগুৰি জিলাৰ ৰৌতাৰ বিকাশ জ্যোতি চহৰীয়াৰ। নগাঁৱৰ ৰামানুজন ছিঃছেঃ স্কুলৰ ছাত্ৰ আছিল বিকাশ। বিকাশৰ এই সাফল্যৰ পিছতে বিকাশৰ গৃহত আনন্দৰ জোৱাৰ। 
0 Σχόλια 0 Μοιράστηκε 10χλμ. Views 0 Προεπισκόπηση